അർത്ഥം : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং
							ഉദാഹരണം : 
							চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে
							
പര്യായപദങ്ങൾ : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ
അർത്ഥം : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ
							ഉദാഹരണം : 
							বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়
							
പര്യായപദങ്ങൾ : হৰিৎ্বর্ণ
അർത്ഥം : গছ-গছনি সেউজ ৰঙৰ হোৱা ~
							ഉദാഹരണം : 
							পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল
							
അർത്ഥം : যি শুকান বা মৰহি যোৱা নহয়
							ഉദാഹരണം : 
							এই বাগিচাখনৰ সকলো গছেই সেউজীয়া
							
പര്യായപദങ്ങൾ : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী
അർത്ഥം : যিটো সেউজীয়া বৰণৰ
							ഉദാഹരണം : 
							গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে
							
പര്യായപദങ്ങൾ : হৰিৎ
അർത്ഥം : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে
							ഉദാഹരണം : 
							পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে
							
അർത്ഥം : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে
							ഉദാഹരണം : 
							জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে
							
പര്യായപദങ്ങൾ : সেউজীয়া সেউজীয়া