അർത്ഥം : খেতিপথাৰ আদিৰ সীমা নি্র্ধাৰণ কৰা মাটিৰ ওখ অংশ বা বান্ধ
							ഉദാഹരണം : 
							ককায়েক-ভায়েকৰ মাজত ভাগ-বাটোৱাৰা হোৱাৰ লগে-লগে খেতিপথাৰত বহুকেইটা সীমা বান্ধি দিয়া হʼল
							
അർത്ഥം : যি অন্তিম স্থানলৈকে কোনো কথা বা কাম হোৱা উচিত বা হʼব পাৰে
							ഉദാഹരണം : 
							যিকোনো কাম সীমাৰ ভিতৰত থাকি কৰা উচিত