അർത്ഥം : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান
							ഉദാഹരണം : 
							কাপোৰৰ জোৰাখিনি ফাটি থাকিল
							
പര്യായപദങ്ങൾ : জোৰা, সন্ধি স্থল, সন্ধি-স্থল
അർത്ഥം : ব্যাকৰণত ওচৰা ওচৰিকৈ থকা দুটা শ্্ব্দৰ মিলন ঘটি হোৱা ৰূপান্তৰ
							ഉദാഹരണം : 
							বিদ্যা আৰু আলয়ৰ মাজত সন্ধি হৈ বিদ্যালয় হৈছে
							
അർത്ഥം : লেন-দেন, ব্যৱহাৰ, কাজিয়া আদি ্ সম্পর্কত ্ সকলো পক্ষৰ পৰস্পৰৰ মাজত হোৱা নিষ্পত্তি
							ഉദാഹരണം : 
							কাশ্মীৰৰ সমস্যা সন্দর্ভত ্ ভাৰত-পাকিস্তানৰ মাজত সন্ধি হোৱা আৱশ্যক
							
പര്യായപദങ്ങൾ : সন্ধিচুক্তি