അർത്ഥം : কোনো কথা বা কামৰ বাঞ্ছা নকৰাকৈ সদায় প্রসন্ন হৈ থকা মনৰ এক অৱস্থা
							ഉദാഹരണം : 
							সন্তোষে মানুহৰ সুখ আৰু শান্তি প্রদান কৰে
							
അർത്ഥം : ভয়ানক অৱস্থাতো হোৱা সন্তোষজনক কোনো কথা
							ഉദാഹരണം : 
							সন্তোষৰ কথা যে গুলীটো ভৰিত লাগিল
							
അർത്ഥം : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা
							ഉദാഹരണം : 
							ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল
							
പര്യായപദങ്ങൾ : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, স্ফূর্ত্তি, হৰিষ, ্হর্ষ
അർത്ഥം : কোনো কথাৰ চিন্তা, অপেক্ষা বা অভিযোগ নথকা বা কোনো কথাৰ দ্বাৰা সম্পূর্ণ্্ভাৱে প্রসন্ন হোৱা ভাব
							ഉദാഹരണം : 
							মোৰ কামৰ দ্বাৰা আপুনি সন্তোষ পাইছেনে নাই
							
പര്യായപദങ്ങൾ : সন্তুষ্টি