അർത്ഥം : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
							ഉദാഹരണം : 
							ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
							
പര്യായപദങ്ങൾ : সংগঠন
അർത്ഥം : সাহিত্য, বিজ্ঞান, কলা আদিৰ উন্নতিৰ কাৰণে স্থাপন কৰা সমাজ
							ഉദാഹരണം : 
							ভাৰতীয় ঔদ্যোগিক প্রতিষ্ঠান শিক্ষাৰ ক্ষেত্রত বিশ্ববিখ্যাত
							
പര്യായപദങ്ങൾ : প্রতিষ্ঠান, সংস্থান
അർത്ഥം : চৰকাৰৰ এক প্রকাৰৰ প্রশাসনিক গোট
							ഉദാഹരണം : 
							চি বি আই ভাৰত চৰকাৰৰ এটা অনুসন্ধান সংস্থা