അർത്ഥം : যিজনে কোনো বস্তু আদিৰ সংগ্রহ কৰে
							ഉദാഹരണം : 
							দুর্লভ বস্তু আদিৰ সংগ্রহ কৰিবৰ কাৰণে সংগ্রহকাৰীসকলে বহু কষ্ট কৰিবলগীয়া হয়
							
പര്യായപദങ്ങൾ : মজুতকাৰী
അർത്ഥം : সংগ্রহ কৰোঁতা
							ഉദാഹരണം : 
							বিষয়াবর্গই শস্য সংগ্রহকাৰী বেপাৰীৰ গোদাম ঘৰৰ তালাচী চলালে
							
പര്യായപദങ്ങൾ : মজুতকাৰী