അർത്ഥം : কোনো কাম আৰম্ভ কৰা, নকৰা বা হৈ থকাৰ বা নোহোৱাৰ অথবা কি অৱস্থাত উপনীত হৈছে সেই সম্পর্কে দিয়া জাননী
							ഉദാഹരണം : 
							গাড়ী চলোৱাৰ সময়ত ছিগনেলত ধ্যান দিয়া উচিত
							
പര്യായപദങ്ങൾ : ছিগনেল
അർത്ഥം : সংক্ষিপ্ত আৰু গোপন বার্তা প্রেৰণ কৰা ব্যৱস্থা
							ഉദാഹരണം : 
							এই বার্তাটো সংকেতত আছে
							
അർത്ഥം : কোনো কথা বা বিষয়ৰ অস্তিত্বৰ লক্ষণ আদিৰ বিষয়ে কোৱা তত্ত্ব, কার্য আদি
							ഉദാഹരണം : 
							কʼলীয়া ডাৱৰে আগুৰি ধৰা আকাশে বৰষুণৰ সংকেত দিয়ে
							
പര്യായപദങ്ങൾ : সঙ্কেত