അർത്ഥം : সংগীতৰ কোনো সপ্ততকৰ বাইশ ভাগৰ এটা ভাগ
							ഉദാഹരണം : 
							শ্রুতি অবিহনে সংগীত অসম্পূর্ণ
							
അർത്ഥം : যি ইন্দ্রিয়ৰ সহায়ত শ্্ব্দ শুনা পোৱা যায়
							ഉദാഹരണം : 
							গা-ধোওঁতে মোৰ কাণত পানী সোমাল
							
പര്യായപദങ്ങൾ : কর্ণ, কাণ, শ্রোত্র, শ্রৱণ, শ্রৱণেন্দ্রিয়, শ্্ব্দগ্রহ
അർത്ഥം : যিটো কাণ বাগৰি আহিছে
							ഉദാഹരണം : 
							মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
							
പര്യായപദങ്ങൾ : কিংবদন্তি, জনশ্রুতি, শ্রুতি-কথা