അർത്ഥം : এবিধ মুখেৰে বজোৱা বাদ্য যাক পবিত্র জ্ঞান কৰা হয় আৰু দেৱকার্যত বজোৱা হয়
							ഉദാഹരണം : 
							শংখ সাগৰত পোৱা যায়
							
പര്യായപദങ്ങൾ : কম্বু
അർത്ഥം : এক প্রকাৰ পবিত্র বুলি মনা আৰু দেৱতাৰ আগত ধার্মিক অনুস্থানসমূহত বজোৱা ডাঙৰ শামুকৰ খোলা
							ഉദാഹരണം : 
							পুৰোহিতে সত্যনাৰায়ন কথাৰ সময়ত শংখ বজাইছিল
							
പര്യായപദങ്ങൾ : শঙ্খ