അർത്ഥം : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
							ഉദാഹരണം : 
							লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে  মই এখন চিঠি লিখি আছো
							
പര്യായപദങ്ങൾ : লিখা
അർത്ഥം : খাতা আদিত লিখা কার্য
							ഉദാഹരണം : 
							বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে
							
പര്യായപദങ്ങൾ : অন্তর্ভুক্ত ্কৰা, তোলা