അർത്ഥം : জিভাৰ গুৰিফালে থকা লালটি ওলোৱা গ্রন্থি
							ഉദാഹരണം : 
							টনচিল বাঢ়ি যোৱাৰ কাৰণে মই খোৱাত বৰ অসুবিধা পাইছোঁ
							
പര്യായപദങ്ങൾ : টনচিল
അർത്ഥം : মুখত পোৱা যি গ্রন্থিৰ পৰা লালটি ওলায়
							ഉദാഹരണം : 
							মুখত তিনিযোৰ লালটি গ্রন্থি পোৱা যায়