അർത്ഥം : গণিতত যুক্ত বা সংযোগ কৰা চিহ্ন
							ഉദാഹരണം : 
							এই অংকৰ প্রশ্নটোত যোগ চিনৰ বিপৰীতে বিয়োগ চিন দিছে
							
പര്യായപദങ്ങൾ : যোগ চিন
അർത്ഥം : একতকৈ অধিক সংখ্যা লগ লগোৱা কার্য
							ഉദാഹരണം : 
							মুঠ অংকটোৰ যোগ কিমান হʼল ?
							
അർത്ഥം : যোগশাস্ত্রত নির্দেশিত ইন্দ্রিয়ক দমন কৰিব পৰা কর্ম
							ഉദാഹരണം : 
							তেওঁ প্রতিদিন যোগসাধনা কৰে
							
പര്യായപദങ്ങൾ : যোগসাধনা