അർത്ഥം : সোণেৰে বনোৱা মুদ্রা
							ഉദാഹരണം : 
							হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল
							
പര്യായപദങ്ങൾ : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা
അർത്ഥം : সোণেৰে তৈয়াৰী মুদ্রা
							ഉദാഹരണം : 
							তেওঁ ্ সোণাৰীৰ পৰা মোহৰৰ সলনি ধন লʼলে
							
പര്യായപദങ്ങൾ : সোণৰ মুদ্রা
അർത്ഥം : সোণ বা ৰূপৰ মুদ্রা
							ഉദാഹരണം : 
							বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে
							
അർത്ഥം : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য
							ഉദാഹരണം : 
							টাকশালত টকা-পইচাৰ ছাপ মৰা হয়