അർത്ഥം : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
							ഉദാഹരണം : 
							তেওঁ বিচনাত চাদৰখন মেলি দিলে
							
പര്യായപദങ്ങൾ : পাৰি দিয়া, বিস্তাৰ কৰা, মেলা
അർത്ഥം : কোনো বস্তুৰ প্রসাৰিতকৰণ
							ഉദാഹരണം : 
							তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
							
പര്യായപദങ്ങൾ : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলা