അർത്ഥം : শান্ত হৈ পৰা এক অৱস্থা
							ഉദാഹരണം : 
							জলবায়ু অতি গৰম যদিও বতাহ শান্ত হৈ পৰিছে
							
പര്യായപദങ്ങൾ : শান্ত হোৱা
അർത്ഥം : কথা নোকোৱা বা কথা নপতা
							ഉദാഹരണം : 
							কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল
							
പര്യായപദങ്ങൾ : অমাত হোৱা, চুপ থকা, চুপ-চাপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মূক হোৱা, মৌন হোৱা