അർത്ഥം : যি প্রায়েই কোনো নিচাৰ সেৱন কৰে
							ഉദാഹരണം : 
							দুজন নিচাখোৰে নিচা খোৱাৰ পিছত  নিজৰ মাজতেই থোতা-মোজা লাগিল
							
പര്യായപദങ്ങൾ : নিচাখোৰ
അർത്ഥം : যিয়ে নিচা লগাবৰ কাৰণে নিচাজাতীয় পদার্থ সেৱন কৰে
							ഉദാഹരണം : 
							নিচাত মাৰপিট কৰাৰ কাৰণে দুজন নিচাখোৰ লোক জেললৈ যাব লগা হʼল
							
പര്യായപദങ്ങൾ : টং হৈ থকা-, নিচাগ্রস্ত, নিচাসক্ত