അർത്ഥം : সর্বস্াধাৰণৰ সন্মুখত বহি বা থিয় হৈ কোনো কাম কৰিবৰ কাৰণে বা কিবা কʼবৰ কাৰণে কৰি লোৱা ওখ মণ্ডৱ বা স্থান
							ഉദാഹരണം : 
							নেতাজী মঞ্চৰ ওপৰত আছিল
							
പര്യായപദങ്ങൾ : ষ্টেজ
അർത്ഥം : মানুহে নি্র্মাণ কৰি লোৱা সমান আৰু ওখ ঠাই বিশেষ
							ഉദാഹരണം : 
							মনীষী গৰাকীয়ে মঞ্চত বহি ্ ধর্মালোচনা কৰিছে
							
പര്യായപദങ്ങൾ : বেদী