അർത്ഥം : পাগলৰ দৰে ব্যর্থ ্কথা কোৱা
							ഉദാഹരണം : 
							তীব্র জ্বৰৰ বাবে তেওঁ ্প্রলাপ বকি আছে
							
പര്യായപദങ്ങൾ : প্রলাপ বকা, ভুল বকা
അർത്ഥം : মনৰ ভিতৰতে অস্পষ্ট শ্্ব্দত কিবা কোৱা
							ഉദാഹരണം : 
							কাম কৰিবলৈ কওঁতেই তেওঁ ্ভোৰভোৰাবলৈ লাগিল
							
അർത്ഥം : টোপনি বা বেহুচ হৈ থকাৰ সময়ত কিবাকিবি কোৱা
							ഉദാഹരണം : 
							সুমনৰ আইতাকে ৰাতি শোৱাৰ পিছত বেলবেলাই থাকে
							
പര്യായപദങ്ങൾ : বেলবেলোৱা