അർത്ഥം : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
							ഉദാഹരണം : 
							মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে  বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
							
പര്യായപദങ്ങൾ : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক