അർത്ഥം : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
							ഉദാഹരണം : 
							এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো  তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
							
പര്യായപദങ്ങൾ : চিন্তা কৰা, ভাবি থকা
അർത്ഥം : কোনো কথা বা কামত নিজকে নিজে আনৰ তুলনাত শ্রেষ্ঠ বুলি অনুভৱ কৰা
							ഉദാഹരണം : 
							সি নিজকে নিজে বহুত কিবা বুলি ভাবে