അർത്ഥം : খুৰাৰ ছোৱালী
							ഉദാഹരണം : 
							মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
							
പര്യായപദങ്ങൾ : খুৰাৰ ছোৱালী, বাইদেউ
അർത്ഥം : জেঠোদেউ বা পেহাৰ ছোৱালী
							ഉദാഹരണം : 
							মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
							
പര്യായപദങ്ങൾ : পেহাৰ ছোৱালী, বাইদেউ
അർത്ഥം : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান
							ഉദാഹരണം : 
							ৰাধা মোৰ নিজা ভনী
							
പര്യായപദങ്ങൾ : নিজা ভণ্টি, বা), ভগিনী, ভগ্নী, ভনী, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ
അർത്ഥം : মাহীৰ ছোৱালী
							ഉദാഹരണം : 
							মোৰ ভণ্টি (মাহীৰ ছোৱালী) এগৰাকী ্ ধর্মপ্র্াণা মহিলা
							
പര്യായപദങ്ങൾ : মাহীৰ ছোৱালী