അർത്ഥം : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
							ഉദാഹരണം : 
							তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
							
പര്യായപദങ്ങൾ : কোৱা, দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, শিকাই দিয়া
അർത്ഥം : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
							ഉദാഹരണം : 
							তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
							
പര്യായപദങ്ങൾ : প্রকাশ কৰা