അർത്ഥം : ঢিলা হৈ যোৱা বা শিথিল হোৱা
							ഉദാഹരണം : 
							বুঢ়া কালত শাৰীৰিক অৱস্থা বেয়া হৈ যায়
							
പര്യായപദങ്ങൾ : অৱশ হোৱা, মন্দ হোৱা, শিথিল হোৱা
അർത്ഥം : কোনো বস্তু বা পদার্থৰ ্স্বাভাৱিক গুণ অথবা স্বভাৱত বিকাৰ জন্মা
							ഉദാഹരണം : 
							জ্বলি যোৱাৰ কাৰণে তেওঁৰ চেহেৰাটো বেয়া হৈ গʼল