അർത്ഥം : বেলাৰুচৰ নিবাসী
							ഉദാഹരണം : 
							সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল
							
പര്യായപദങ്ങൾ : বেলাৰুচ-বাসী, বেলাৰুচবাসী
അർത്ഥം : বেলাৰুচৰ লোকসকলৰ ভাষা
							ഉദാഹരണം : 
							বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়
							
പര്യായപദങ്ങൾ : বেলাৰুচিয়ান ভাষা
അർത്ഥം : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী
							ഉദാഹരണം : 
							তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে
							
അർത്ഥം : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী
							ഉദാഹരണം : 
							লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল