അർത്ഥം : পলম নোহোৱাকৈ কৰা
							ഉദാഹരണം : 
							এই কামটো সোনকালে কৰি দিয়া
							
പര്യായപദങ്ങൾ : খকমককৈ, খচৰাই, খৰকৈ, খৰখেদাকৈ, খৰধৰকৈ, গিৰিসাই, চকুৰ পচাৰতে, চকুৰ পলকতে, টপৰাই, টাপচকৈ, ততাতৈয়াকৈ, ততাভুকুতাকৈ, ততালিকে, তাৰাতাৰি, তৰাতৰি, দৰদৰি, নিমিষতে, পটাপট, পলকতে, পাকতে, বেগাবেগিকৈ, বেগেতাই, বেগেতে, লৰা-ঢপৰাকৈ, শীঘ্রে, সটৰাই, সোনকালে, হুৰমূৰকৈ