അർത്ഥം : কোনো বস্তুৰ প্রসাৰিতকৰণ
							ഉദാഹരണം : 
							তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
							
പര്യായപദങ്ങൾ : বহলকৈ মেলা, মেলা, মেলি দিয়া
അർത്ഥം : পৰিণাম বা বিস্তাৰত অধিক কৰা বা বিস্তাৰিত কৰা
							ഉദാഹരണം : 
							বৌদ্ধসকলে বৌদ্ধধর্মক ্কেইবাখনো দেশত প্রসাৰিত কৰিলে
							
പര്യായപദങ്ങൾ : প্রসাৰিত কৰা, বিস্তৃত কৰা, বিয়পোৱা