അർത്ഥം : শৈশৱ আৰু যুৱক অৱস্থাৰ মাজৰ সময়
							ഉദാഹരണം : 
							শ্যামৰ বাল্যকাল নিজৰ আইতাৰ ঘৰত পাৰ হৈছিল
							
പര്യായപദങ്ങൾ : লʼৰালি কাল
അർത്ഥം : শৈশৱ আৰু কৈশোৰৰ মাজৰ সময়ছোৱা:ৰাকেশ বাল্যকালৰ পৰাই পঢ়া-শুনাত তীক্ষ্ণ
							ഉദാഹരണം : 
							
							
പര്യായപദങ്ങൾ : বাল্যাৱস্থা