അർത്ഥം : কোনো কাম কৰাৰ সময়ত হোৱা বাধা
							ഉദാഹരണം : 
							এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো
							
പര്യായപദങ്ങൾ : বাধা-বিঘিনি, বিঘিনি, বিঘ্ন, বিপত্তি
അർത്ഥം : বাধাপ্রাপ্ত হোৱা অৱস্থা, ভাব বা ক্রিয়া
							ഉദാഹരണം : 
							পানীৰ নলীত বাধা পৰা কাৰণে পানী কম কমকৈ ওলাইছে
							
പര്യായപദങ്ങൾ : অন্তৰায়, প্রতিবন্ধ, প্রতিবন্ধক
അർത്ഥം : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা
							ഉദാഹരണം : 
							মোহনে মোৰ সকলো কামতে বাধা জন্মায়
							
പര്യായപദങ്ങൾ : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ
അർത്ഥം : বাধা দিয়া বা ৰখোৱা কার্য
							ഉദാഹരണം : 
							সীমাৰ ভিতৰত শত্রুৰ প্রবেশ বন্ধ কৰাত সৈনিক সফল হৈছে
							
പര്യായപദങ്ങൾ : বন্ধ কৰা-