അർത്ഥം : কোনো কথাত লগা বাদানুবাদ
							ഉദാഹരണം : 
							আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
							
പര്യായപദങ്ങൾ : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিবাদ
അർത്ഥം : অনাহকত কৰা তর্ক ্বা বিবাদ
							ഉദാഹരണം : 
							এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
							
പര്യായപദങ്ങൾ : বাক-বিতণ্ডা, বিতণ্ডা