അർത്ഥം : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি
						 
						 
					
							ഉദാഹരണം : 
							শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত  যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে
							
					
							പര്യായപദങ്ങൾ : 
							ইন্দ্রিয়াতন, কায়, গা, গাত্র, তনু, দেহ, দেহপিঞ্জৰ, দেহা, ভোগায়তন, শৰীল, শৰীৰ