അർത്ഥം : প্রথা বন্ধ কৰা কার্য
							ഉദാഹരണം : 
							আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
							
പര്യായപദങ്ങൾ : উঠাই দিয়া, নিষিদ্ধ কৰা
അർത്ഥം : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা
							ഉദാഹരണം : 
							তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে
							
അർത്ഥം : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
							ഉദാഹരണം : 
							ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
							
പര്യായപദങ്ങൾ : জপোৱা
അർത്ഥം : দুৱাৰ আদি বন্ধ কৰা কার্য
							ഉദാഹരണം : 
							তেওঁ ভিতৰলৈ গৈ দুৱাৰখন জপাই দিলে
							
പര്യായപദങ്ങൾ : জপাই দিয়া
അർത്ഥം : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা
							ഉദാഹരണം : 
							ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল
							
പര്യായപദങ്ങൾ : ৰুধা
അർത്ഥം : ভাট্টা আদি নিদিয়া
							ഉദാഹരണം : 
							চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে