അർത്ഥം : বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য
							ഉദാഹരണം : 
							চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে
							
പര്യായപദങ്ങൾ : ৰক্ষা কৰা
അർത്ഥം : সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য
							ഉദാഹരണം : 
							তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে
							
അർത്ഥം : বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা
							ഉദാഹരണം : 
							আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল
							
അർത്ഥം : নিস্তাৰ বা উদ্ধাৰ কৰা
							ഉദാഹരണം : 
							তেওঁ ্মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিলে
							
പര്യായപദങ്ങൾ : উদ্ধাৰ কৰা
അർത്ഥം : কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা
							ഉദാഹരണം : 
							মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে