അർത്ഥം : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
							ഉദാഹരണം : 
							পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
							
പര്യായപദങ്ങൾ : কক্ষ
അർത്ഥം : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
							ഉദാഹരണം : 
							তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
							
പര്യായപദങ്ങൾ : মণ্ডল
അർത്ഥം : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
							ഉദാഹരണം : 
							এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
							
പര്യായപദങ്ങൾ : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা