അർത്ഥം : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
							ഉദാഹരണം : 
							তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
							
അർത്ഥം : যি প্রমাণৰ বিষয় হʼব পাৰে
							ഉദാഹരണം : 
							প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
							
അർത്ഥം : যি জুখিব পাৰি
							ഉദാഹരണം : 
							তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
							
അർത്ഥം : যি সিদ্ধ কৰিব লাগে
							ഉദാഹരണം : 
							গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে