അർത്ഥം : পূজা কৰা
							ഉദാഹരണം : 
							শাওনত ভগৱান শিৱক খুব পূজা কৰা হয়
							
അർത്ഥം : আৰাধনা বা উপাসনা কৰা
							ഉദാഹരണം : 
							গাঁৱৰ লোকসকলে নৱৰাত্রিত সময়ত গোটেই ৰাতি দেৱীৰ পূজা কৰে
							
അർത്ഥം : ভক্তি অথবা শ্রদ্ধাৰে সৈতে কাৰোবাৰ সেৱা কৰা
							ഉദാഹരണം : 
							মই নিজ গুৰুক পূজা কৰোঁ
							
അർത്ഥം : দেৱ-দেৱীক প্রসন্ন কৰিবলৈ শ্রদ্ধা, সন্মান, বিনয় আদি প্রকাশ কৰা:সন্তসকলে সদায় ভগৱানক পূজা কৰে
							ഉദാഹരണം : 
							
							
പര്യായപദങ്ങൾ : অর্চ্্না কৰা, আৰাধনা কৰা, উপাসনা কৰা