അർത്ഥം : ঘোঁৰা গাড়ী আদিত ভৰি দিবৰ কাৰণে প্রস্তুত কৰা স্থান
							ഉദാഹരണം : 
							তেওঁ ্ঘোঁৰাগাড়ীত ভৰি ৰাখিবৰ কাৰণে পাৱদানীত ভৰি থʼলে
							
അർത്ഥം : ভৰি থʼব পৰা আসন
							ഉദാഹരണം : 
							শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
							
പര്യായപദങ്ങൾ : পাওদানী
അർത്ഥം : ভৰি থোৱা কোনো বস্তু বা স্থান
							ഉദാഹരണം : 
							পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
							
പര്യായപദങ്ങൾ : পাওদানী