അർത്ഥം : পাৰত লগোৱা
							ഉദാഹരണം : 
							নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
							
അർത്ഥം : নি্র্বাহ কৰা বা অতিবাহিত কৰা
							ഉദാഹരണം : 
							তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
							
പര്യായപദങ്ങൾ : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
അർത്ഥം : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
							ഉദാഹരണം : 
							ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
							
പര്യായപദങ്ങൾ : আগবঢ়োৱা
അർത്ഥം : পাৰ হোৱা বা ব্যতিত হোৱা
							ഉദാഹരണം : 
							মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
							
പര്യായപദങ്ങൾ : অতিবাহিত কৰা, কটোৱা