അർത്ഥം : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়
							ഉദാഹരണം : 
							লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে
							
പര്യായപദങ്ങൾ : দল
അർത്ഥം : পৰস্পৰে লগ লাগি থকা কোনো বস্তুৰ সমান সমান খণ্ডৰ প্রত্যেকটো, যি ্ হেঁচ্া পৰিলে ভাগ হৈ যায়
							ഉദാഹരണം : 
							ৰহৰ, বুটমাহ আদিত দুটা পাহি থাকে
							
പര്യായപദങ്ങൾ : বীজপত্রী