അർത്ഥം : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
							ഉദാഹരണം : 
							গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
							
അർത്ഥം : যʼত ইচ্ছা নাথাকে
							ഉദാഹരണം : 
							ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
							
പര്യായപദങ്ങൾ : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
അർത്ഥം : যʼত কাম বাসনা নাই
							ഉദാഹരണം : 
							স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
							
പര്യായപദങ്ങൾ : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম