അർത്ഥം : বৰষুণৰ পানী বৈ অহা জলপথ
							ഉദാഹരണം : 
							একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে
							
പര്യായപദങ്ങൾ : নলা-নর্দ্্মা
അർത്ഥം : যি নলীৰে লেতেৰা পানী আদি বৈ যায়
							ഉദാഹരണം : 
							ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে
							
പര്യായപദങ്ങൾ : নর্দ্্মা
അർത്ഥം : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়
							ഉദാഹരണം : 
							এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে
							
പര്യായപദങ്ങൾ : নলা-নর্দ্্মা