അർത്ഥം : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
							ഉദാഹരണം : 
							ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
							
പര്യായപദങ്ങൾ : ৰাষ্ট্র
അർത്ഥം : কোনো দেশত বাস কৰা লোক
							ഉദാഹരണം : 
							গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
							
പര്യായപദങ്ങൾ : ৰাষ্ট্র
അർത്ഥം : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি
							ഉദാഹരണം : 
							ভাৰত মোৰ দেশ
							
പര്യായപദങ്ങൾ : গৃহভূমি