അർത്ഥം : ঋণ পৰিশোধ কৰিবৰ কাৰণে হাতত এপইচাও নোহোৱা মানুহৰ অৱস্থা
							ഉദാഹരണം : 
							ব্যৱসায়ত ঘাটি খোৱাৰ কাৰণে মহাজন দেউলীয়া হʼল
							
അർത്ഥം : যাৰ ওচৰত ঋণ পৰিশোধ কৰিবলৈ একোৱেই নাই
							ഉദാഹരണം : 
							আদালতে ৰামুক দেউলীয়া ঘোষণা কৰিলে
							
പര്യായപദങ്ങൾ : দেউলিয়া, নষ্টনিধি, ্সর্বস্ব্ান্ত