അർത്ഥം : দৃঢ়তা সহকাৰে
							ഉദാഹരണം : 
							তেওঁ দৃঢ়তাৰে প্রহাৰ কৰিলে
							
പര്യായപദങ്ങൾ : জোৰকৈ, জোৰেৰে, দৃঢ়তাপূর্বক, দৃঢ়ভাৱে
അർത്ഥം : ইচ্ছা বা সংকল্পৰ সৈতে
							ഉദാഹരണം : 
							মই দৃঢ়তাৰে কৈছো যে এই কামটো কৰিহে মই স্বস্তিৰ নিশ্বাস লʼম
							
പര്യായപദങ്ങൾ : দৃঢ়তাপূর্বক, দৃঢ়ভাৱে, নিশ্চয়তাৰে, সংকল্পসহিতে, সংকল্পৰ সৈতে