അർത്ഥം : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ
							ഉദാഹരണം : 
							আইতাই লাখুটি লৈ খোজকাঢ়ি আছে
							
പര്യായപദങ്ങൾ : লাখুটি
അർത്ഥം : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ
							ഉദാഹരണം : 
							শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল
							
പര്യായപദങ്ങൾ : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড
അർത്ഥം : ষাঠী পল বা চৌবিশ মিনিটৰ সময়
							ഉദാഹരണം : 
							আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে
							
അർത്ഥം : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়
							ഉദാഹരണം : 
							কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে
							
പര്യായപദങ്ങൾ : কুমাৰৰ দণ্ড