അർത്ഥം : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল
							ഉദാഹരണം : 
							খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে
							
പര്യായപദങ്ങൾ : তর্মুজ
അർത്ഥം : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল
							ഉദാഹരണം : 
							গৰমত তৰমুজ বেছিকৈ পোৱা যায়
							
അർത്ഥം : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল
							ഉദാഹരണം : 
							নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে
							
പര്യായപദങ്ങൾ : তৰবুজ
അർത്ഥം : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ
							ഉദാഹരണം : 
							গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়