അർത്ഥം : দ্রুতবেগে চলা বা গৈ পোৱা
							ഉദാഹരണം : 
							ত্বৰিত গতিৰে চলা গাড়ীৰ সংখ্যা সীঘ্রে দুগুণ কৰা হʼব
							
പര്യായപദങ്ങൾ : দ্রুতবেগী
അർത്ഥം : যি বিষয়ত সোনকালে কোনো কার্যব্যৱস্থা গ্রহণ কৰাটো আৱশ্যক
							ഉദാഹരണം : 
							তাৎক্ষণিক বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে অত্যাধুনিক উপকৰণৰ ব্যৱস্থা কৰা হʼব  কম্পিউটাৰত ই-বিক্ৰয়ৰ ত্বৰিত সেৱা আছে
							
പര്യായപദങ്ങൾ : তাৎক্ষণিক