അർത്ഥം : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়
							ഉദാഹരണം : 
							তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে
							
അർത്ഥം : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ
							ഉദാഹരണം : 
							তেওঁৰ ্ গালত কʼলা তিল আছে
							
അർത്ഥം : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন
							ഉദാഹരണം : 
							সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে
							
പര്യായപദങ്ങൾ : বিউটি স্পট
അർത്ഥം : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়
							ഉദാഹരണം : 
							তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়