അർത്ഥം : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
							ഉദാഹരണം : 
							কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
							
പര്യായപദങ്ങൾ : ভিজোৱা
അർത്ഥം : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
							ഉദാഹരണം : 
							ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
							
പര്യായപദങ്ങൾ : তিয়াই থোৱা, ভিজোৱা