അർത്ഥം : যি লিপিত তামিল ভাষা লিখা হয়
							ഉദാഹരണം : 
							তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে
							
പര്യായപദങ്ങൾ : তামিল লিপি
അർത്ഥം : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
							ഉദാഹരണം : 
							তেওঁলোক দুজনে তামিলত কথা পাতি আছে
							
പര്യായപദങ്ങൾ : তামিল ভাষা
അർത്ഥം : তামিলনাডুৰ নিবাসী
							ഉദാഹരണം : 
							ভালেমান তামিল মোৰ ভাল বন্ধু
							
അർത്ഥം : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
							ഉദാഹരണം : 
							তামিল সাহিত্য বহুত উন্নত
							
അർത്ഥം : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
							ഉദാഹരണം : 
							বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
							
അർത്ഥം : তামিলনাডুত থকা বা বসতি কৰা
							ഉദാഹരണം : 
							তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে