അർത്ഥം : ঢিলা হোৱা অৱস্থা বা ভাব
							ഉദാഹരണം : 
							নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা
							
പര്യായപദങ്ങൾ : শিথিলতা
അർത്ഥം : যিটো বেছি গাঢ় নহয়
							ഉദാഹരണം : 
							দৈখিনি ঢিলাকৈ বান্ধিলে
							
അർത്ഥം : ঠেক বা কচি বা টানি নবন্ধা
							ഉദാഹരണം : 
							মোহনে ঢিলা কাপোৰ পিন্ধে
							
അർത്ഥം : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
							ഉദാഹരണം : 
							ৰছীডাল ঢিলা  হৈ গʼল
							
അർത്ഥം : যিটো ভালদৰে বন্ধা বা লগা নাই
							ഉദാഹരണം : 
							এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে